২০২৩ বৰ্ষৰ সাহিত্যৰ নৱেল বঁটা নৰৱেৰ জন অলাভ ফছেলৈ

ডিজিটেল ডেক্স , খবৰ ব্ৰহ্মপুত্ৰ: নৰৱেৰ সাহিত্যিক জন অলাভ ফছেলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ৷ ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা নৰৱেৰ লেখক – নাট্যকাৰ জন অলাভ ফছে হৈছে সাহিত্য বিষয়ত নৱেল বটা লাভ কৰা ১১৬ নম্বৰ ব্যক্তি| ১৯০১ চনৰ পৰা ইয়াৰ পূৰ্বে ১১৫ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে| … Read more

বিদেশী বিশ্ববিদ্যালয়ৰ পৰা ১২০০০ অনলাইন পাঠ্যক্ৰমৰ সুবিধা

ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ:অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই আশাৰ সঞ্চাৰ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে| ছাত্ৰ-ছাত্ৰীসকলক ১২০০০ ডিজিটেল অনলাইন পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিবলৈ শিক্ষা বিভাগে ইনফ’ছিছ স্প্ৰিংব’ৰ্ডৰ দ্বাৰা অসমৰ বাবে বিশেষভাৱে কিউৰেট কৰা মাইক্ৰ’ছাইট মুকলি কৰাৰ পিছত এতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিদেশী বিশ্ববিদ্যালয়ৰ পৰা সামৰ্থ্য বৃদ্ধি, মূল্য সংযোজিত আদি পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ আৰম্ভ কৰিবলৈ আৰম্ভ … Read more

ছিকিমৰ ডাৱৰ বিস্ফোৰণত সন্ধানহীন বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰৰ সেনা জোৱান

ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ: উত্তৰ ছিকিমত হোৱা প্ৰচণ্ড ডাৱৰ বিস্ফোৰণত সন্ধানহীন হৈছে অসমৰ এগৰাকী সেনা জোৱান। বাক্সা জিলাৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলা গাঁৱৰ মিটু কলিতা নামৰ সেনা জোৱান গৰাকীৰ এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই৷ উল্লেখযোগ্য যে আলিপুৰদুৱাৰত কৰ্মৰত সেনা জোৱান গৰাকীয়ে বিভাগীয় নিৰ্দেশ মৰ্মে কিছুদিন পূৰ্বে ছিকিমলৈ গৈছিল যদিও যোৱা পৰহি … Read more

× How can I help you?