২০২৩ বৰ্ষৰ সাহিত্যৰ নৱেল বঁটা নৰৱেৰ জন অলাভ ফছেলৈ

ডিজিটেল ডেক্স , খবৰ ব্ৰহ্মপুত্ৰ:

নৰৱেৰ সাহিত্যিক জন অলাভ ফছেলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ৷ ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা নৰৱেৰ লেখক – নাট্যকাৰ জন অলাভ ফছে হৈছে সাহিত্য বিষয়ত নৱেল বটা লাভ কৰা ১১৬ নম্বৰ ব্যক্তি| ১৯০১ চনৰ পৰা ইয়াৰ পূৰ্বে ১১৫ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে| ইয়াৰে ভিতৰত মুঠ ১৭ গৰাকী মহিলাই লাভ কৰিছ এই বঁটা| বৰ্তমানলৈকে সাহিত্য বিষয়ত সবাতোকৈ কম বয়সত নৱেল বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে ৰুদয়াৰ্ড কিপলিং আৰু সবাতোকৈ জ্যেষ্ঠ হৈছে দৰিছ লেচিং| ৰুদয়াৰ্ড কিপলিঙে ৪১ বছৰ বয়সত আৰু দৰিছ লেচিঙে ৮৮ বছৰত লাভ কৰিছিল সাহিত্যৰ নৱেল বঁটা|

২০২৩ বৰ্ষৰ সাহিত্যৰ নৱেল বঁটা বিজয়ী নৰৱেৰ জন অলাভ ফছে

Leave a Comment

What does "money" mean to you?
  • Pieces of Evil :) 31%, 88 votes
    88 votes 31%
    88 votes - 31% of all votes
  • It is a universal product for exchange. 25%, 71 vote
    71 vote 25%
    71 vote - 25% of all votes
  • Money - is paper... Money is not the key to happiness... 20%, 56 votes
    56 votes 20%
    56 votes - 20% of all votes
  • The authority, the "power", the happiness... 19%, 54 votes
    54 votes 19%
    54 votes - 19% of all votes
  • Source to achieve the goal. 6%, 16 votes
    16 votes 6%
    16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
× How can I help you?