ধেমাজি জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি “ৰূপান্তৰ” উন্মোচন:অংশগ্ৰহণ মন্ত্ৰী ডা: ৰণোজ পেগুৰ

বিদ্যালয় কেৱল পাঠ্যপুথিৰ জ্ঞান দিয়া অনুষ্ঠান নহয় ৷ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক দেশপ্ৰেম জগাই তুলিব পৰাকৈ সাজু কৰিব লাগিব ৷ ধেমাজি জিলা দিৱসত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ মন্তৱ্য|এটা মহকুমা পৰবৰ্তী সময়ত জিলালৈ উন্নীত হোৱা ধেমাজি জিলাই পূৰ্ণ কৰিলে ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ ১৯৮৯ চনৰ ১ অক্টোবৰত জিলা হিচাবে ঘোষনা কৰা হ’ল ধেমাজি ক ৷এই জিলা দিৱসৰ … Read more

আজি ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱস:বেটি বচাও বেটি পঢ়াও শীৰ্ষক চাইকেল ৰেলী

আজি ১ অক্টোবৰ| ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা হৈছিল ধেমাজি জিলা| ধেমাজি জিলাৰূপে গঠন হোৱাৰ ৩৫ টা বছৰত ভৰি দিয়াৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্ৰশাসনে আজি উলিয়াই এক বিশেষ চাইকেল ৰেলী| বেটি বচাও বেচি পঢ়াও শীৰ্ষক এই চাইকেল ৰেলীত অংশ লয় প্ৰায় ১০০০ ৰো অধিক ছাত্ৰী আৰু মহিলাই| ধেমাজি শিশু উদ্যানৰ পৰা আৰম্ভ হোৱা এই চাইকেল … Read more

× How can I help you?