ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

  • ১৯৮৯ চনৰ আজিৰ এই দিনটোতে প্ৰতিষ্ঠা হৈছিল ধেমাজি জিলা ৷ ৩৫ টা বছৰ অতিক্ৰম কৰা জিলাখনৰ প্ৰতিষ্ঠা দিৱসটি উপলক্ষে ধেমাজি জিলা প্ৰশাসনে আয়োজন কৰিছিল সপ্তাহযোৰা বিভিন্ন ধৰণৰ কাৰ্য্যসুচী ৷ ইয়াৰ সমান্তৰালকৈ আজি অন্তিম দিনা ১০ বজাত ধেমাজি জিলা প্ৰশাসনে নগৰখনত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ৷ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ চৌহদৰ পৰা বাহিৰ কৰা শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দল সমুহে নিজা নিজা কৃষ্টি প্ৰদৰ্শন কৰি নগৰখনত এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে ৷ শোভাযাত্ৰাত জিলা আয়ুক্ত অংকুৰ ভৰালী সহ ধেমাজি জিলা প্ৰশাসনৰ বিষয় – বিষয়াৰ লগতে ধেমাজিবাসী ৰাইজে অংশগ্ৰহণ কৰে ৷

https://youtu.be/AQnv-IlfPB4?si=lo0Gx7PCu8nYf4tM

Leave a Comment

What does "money" mean to you?
  • Pieces of Evil :) 31%, 88 votes
    88 votes 31%
    88 votes - 31% of all votes
  • It is a universal product for exchange. 25%, 71 vote
    71 vote 25%
    71 vote - 25% of all votes
  • Money - is paper... Money is not the key to happiness... 20%, 56 votes
    56 votes 20%
    56 votes - 20% of all votes
  • The authority, the "power", the happiness... 19%, 54 votes
    54 votes 19%
    54 votes - 19% of all votes
  • Source to achieve the goal. 6%, 16 votes
    16 votes 6%
    16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
× How can I help you?