১ অক্টোবৰ: ১ ঘন্টা : দেশজুৰি স্বচ্ছতা অভিযান

১ অক্টোবৰ পুৱা ১০ বজাৰ পৰা ১ ঘন্টা সময়ৰ বাবে দেশজুৰি একেলগে ৰূপায়িত হব স্বচ্চতাৰ বাবে শ্ৰমদান কাৰ্যসূচী| প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত ৰূপায়িত হব লগা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ধেমাজিবাসী ৰাইজলৈ আহ্বান ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি পৌৰসভাৰ|

× How can I help you?