- বিহাৰত নৰ্থ – ইষ্ট – এক্সপ্ৰেছ ৰেল দুৰ্ঘটনাগ্ৰস্ত ৷
- বিহাৰৰ ৰেল দুৰ্ঘটনাত অসমৰ দুগৰাকী মৃত্যু ৷
- দুৰ্ঘটনাত নিহত মাতৃ – কণ্যা ৷ নিহত মাতৃ – কণ্যাৰ ঘৰ অসমৰ তিনিচুকীয়াত ৷
- দুৰ্ঘটনাত নিহত দুগৰাকী হ’ল ঊষা ভাণ্ডাৰী আৰু আকৃতি ভাণ্ডাৰী ৷
- বৰ্তমান মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হৈছে ৷
- আৰ্থিক সাহাৰ্য্য ঘোষণা ৰেল বিভাগৰ ৷
- নিহত পৰিয়াললৈ ১০ লাখ টকা আৰু গুৰুতৰভাৱে আহত সকললৈ ২.৫ লাখ টকা আৰু সামান্যভাৱে আহত সকললৈ ৫০ হাজাৰ টকা ঘোষণা কৰে ৰেল বিভাগে ৷
- বিহাৰৰ ৰেল দুৰ্ঘটনাৰ তদন্ত ঘোষণা কেন্দ্ৰীয় ৰেলমন্ত্ৰীৰ ৷
- ১,৫২২ গৰাকী যাত্ৰীৰ সংখ্যা প্ৰকাশ কৰিছে ৰেল বিভাগে ৷
What does "money" mean to you?
-
Pieces of Evil :) 31%, 88 votes88 votes 31%88 votes - 31% of all votes
-
It is a universal product for exchange. 25%, 71 vote71 vote 25%71 vote - 25% of all votes
-
Money - is paper... Money is not the key to happiness... 20%, 56 votes56 votes 20%56 votes - 20% of all votes
-
The authority, the "power", the happiness... 19%, 54 votes54 votes 19%54 votes - 19% of all votes
-
Source to achieve the goal. 6%, 16 votes16 votes 6%16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
anabolizantes españa 9
Khabar Brahma Putra
probe
Service Bot
Hotbet Casino: Wie man von Aktionen profitiert
Khabar Brahma Putra
৭৫ বছৰত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় : মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি:
Khabar Brahma Putra