
এটা দিনতে উৎকোচ লৈ দুৰ্ণীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ দুজন চৰকাৰী কৰ্মচাৰী | নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী জুনু কলিতাৰ পিছত এইবাৰ দ্বিতীয়টো অভিযানত উৎকোচ লৈ হাত দাঙিলে এগৰাকী আৰক্ষী বিষয়াই। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মেৰাফৎ আলী।