জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ধেমাজিত হাফ মাৰাথান:৬০০ ৰো অধিক প্ৰতিযোগী

১৯৮৯ চনত ১ অক্টোৱৰত প্ৰতিষ্ঠা লাভ কৰা ধেমাজি জিলাখনে অহা ২০২৩ চনৰ ১ অক্টোৱৰত ৩৫ টা বছৰ অতিক্ৰম কৰিব ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনে সপ্তাহযোৰা কাৰ্য্যসুচী আয়োজন কৰিছে ৷ ইয়াৰ অন্যতম হিচাপে আজি পুৱা ধেমাজি গপাক তিনিআলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ এক হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ জিলাখনৰ পৰা ৬০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাত| পূৱা ৫ বজাত অনুষ্ঠিত এই হাফ মাৰাথানত ফ্লেগ অফ কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই| উপস্থিত থাকে জিলা উপায়ুক্ত অংকুৰ ভৰালীও|

Leave a Comment

What does "money" mean to you?
  • Pieces of Evil :) 31%, 88 votes
    88 votes 31%
    88 votes - 31% of all votes
  • It is a universal product for exchange. 25%, 71 vote
    71 vote 25%
    71 vote - 25% of all votes
  • Money - is paper... Money is not the key to happiness... 20%, 56 votes
    56 votes 20%
    56 votes - 20% of all votes
  • The authority, the "power", the happiness... 19%, 54 votes
    54 votes 19%
    54 votes - 19% of all votes
  • Source to achieve the goal. 6%, 16 votes
    16 votes 6%
    16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
× How can I help you?