ধেমাজিত একাদিক্ৰমে হৈ থকা চুৰি কাৰ্যৰ ঘটনাৱলীৰ মাজতে ধেমাজি আৰক্ষীয়ে দলগাৱঁৰ পৰা গ্ৰেপ্তাৰ কৰিছে ২ জন দুধৰ্ষ চোৰক|
এক বিশেষ সুত্ৰৰ পম খেদি ধেমাজি আৰক্ষী অধীক্ষকৰ তত্বাবধানত ধেমাজি সদৰ আৰক্ষীয়ে সদৰ থানাৰ Case No.128/23 ৰ ভিত্তিত অভিযান চলাই দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰৰ পৰা ধেমাজিলৈ লৈ গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হোৱা চোৰ দুটা হৈছে জাহাৰুল ইছলাম আৰু মহিবুল ইছলাম|চোৰ দুটাৰ পৰা উদ্ধাৰ বহু চুৰি কৰি অনা বহু আ-অলংকাৰ, বিদেশী টকা, ২১ হাজাৰ নগদ ভাৰতীয় টকা, এটা বাইন’কুলাৰ, ৯ টাকৈ মোবাইল ফোন, ১৭০ টা ৰূপৰ মুদ্ৰা|ধেমাজিৰ বহুকেইটা চুৰি কাণ্ডৰ লগত এই দুটা চোৰ জড়িত থকাৰ সন্দেহ|
ধেমাজি আৰক্ষীয়ে উদালগুৰি দলগাৱঁৰ পৰা ধৰিলে ২ দাগী চোৰক-জব্দ বহু আ-অলংকাৰ,দেশী-বিদেশী টকা:ৰূপৰ মুদ্ৰা:৯টাকৈ মোবাইল উদ্ধাৰ

Khabar Brahma Putra
What does "money" mean to you?
-
Pieces of Evil :) 31%, 88 votes88 votes 31%88 votes - 31% of all votes
-
It is a universal product for exchange. 25%, 71 vote71 vote 25%71 vote - 25% of all votes
-
Money - is paper... Money is not the key to happiness... 20%, 56 votes56 votes 20%56 votes - 20% of all votes
-
The authority, the "power", the happiness... 19%, 54 votes54 votes 19%54 votes - 19% of all votes
-
Source to achieve the goal. 6%, 16 votes16 votes 6%16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
anabolizantes españa 9
Khabar Brahma Putra
probe
Service Bot
Hotbet Casino: Wie man von Aktionen profitiert
Khabar Brahma Putra
৭৫ বছৰত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় : মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি:
Khabar Brahma Putra