ধেমাজিত অহা ৩ জানুৱাৰীত প্ৰথম বাৰ্ষিক মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁইৰ সোঁৱৰণিত ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব ৷ ইণ্ডিয়ান এমেচাৰ বডি বল্ডিং ফেডাৰেচনৰ ( WABBA) উদ্যোগ অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাখনিৰ উপলক্ষে আজি ধেমাজি নগৰত বেনাৰ শুভ উদ্বোধন কৰা হয় ৷ বেনাৰ উদ্বোধন কৰে WABBA ৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰে ৷ বন্তি প্ৰজ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁইয়ে ৷ WABBA অসমৰ কাৰিকৰী সঞ্চালক ঘনকৃঞ্চ বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত জিলাখনৰ ভালেসংখ্যক লোক উপস্থিত থাকে ৷ উল্লেখ্য যে – ২০২৩ চনৰ ৩ জানুৱাৰীত এক মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ধেমাজিৰ লৌহক্রীড়াবিদ সিদ্ধাৰ্থ বৰগোহাঁই ৷ লৌহক্রীড়াবিদ জনৰ স্মৃতি জীয়াই ৰখাৰ লগতে নৱ প্ৰজন্মক উৎসাহিত জনোৱাৰ মানসেৰে তেখেতৰ পৰিয়ালবৰ্গই ৰাষ্ট্ৰীয় পৰ্যায়ত মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই ক্লাছিক নামেৰে এখনি দেহশ্রী প্রতিযোগিতা WABBA, অসমৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে তেওঁৰ মৃত্যু তিথি ৩ জানুৱাৰীত ধেমাজিত আয়োজন কৰিছে। মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই দেহশ্রী প্রতিযোগিতাখনি সাফল্য মণ্ডিত কৰি তুলিবলৈ সকলো ক্রীড়া প্রেমী ৰাইজক অনুৰুধ জনাইছে পৰিয়ালবৰ্গই ৷
৩ জানুৱাৰীত ধেমাজিত মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণি ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতা

Khabar Brahma Putra
What does "money" mean to you?
-
Pieces of Evil :) 31%, 88 votes88 votes 31%88 votes - 31% of all votes
-
It is a universal product for exchange. 25%, 71 vote71 vote 25%71 vote - 25% of all votes
-
Money - is paper... Money is not the key to happiness... 20%, 56 votes56 votes 20%56 votes - 20% of all votes
-
The authority, the "power", the happiness... 19%, 54 votes54 votes 19%54 votes - 19% of all votes
-
Source to achieve the goal. 6%, 16 votes16 votes 6%16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
anabolizantes españa 9
Khabar Brahma Putra
probe
Service Bot
Hotbet Casino: Wie man von Aktionen profitiert
Khabar Brahma Putra
৭৫ বছৰত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় : মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি:
Khabar Brahma Putra