প্ৰতিবাদী কাৰ্যসূচী: দাবী-ষষ্ঠ অনুসচী স্বায়ত্তশাসন প্ৰদান

ৰাজ্যত পুনৰ জনজাতি সকলৰ ছাত্ৰ তথা জাতীয় সংগঠনে ষষ্ঠ অনুসুচী ৰ অধীনত পূৰ্ণ স্বায়ত্তশাসনৰ প্ৰদানৰ দাৱীত ধাৰবাহিক আন্দোলন কৰিবলৈ সাজু ৷ জিলাই জিলাই অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসুচী আৰম্ভনি কৰিলে সোনোৱাল কছাৰী ছাত্ৰ সন্থা ,দেউৰী ছাত্ৰ সন্থা আৰু ঠেঙাল কছাৰী জাতীয় সংগঠনে ৷২০০৫ চনত স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰাৰ পিছত যাৱতীয় ব্যবস্থা গ্ৰহন কৰি সাংবিধানক মৰ্যদা … Read more

ধেমাজি মাছখোৱাত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ

ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক অসম চৰকাৰে বঞ্চিত আৰু অৱহেলা কৰি অহাৰ অভিযোগ কৰ্মী আৰু সহায়িকা সন্থাৰ ৷চৰকাৰী সকলো কামত নিয়োগ কৰি কৰ্মী আৰু সহায়িকা সকলক মাত্ৰ ৬ হাজাৰ পাছঁ শ টকা আৰু সহায়িকা সকলক মাত্ৰ ৩২৫০ টকা মাননি দি আহিছে ৷ নানা চৰকাৰী আচঁনিৰ সেৱাত কৰ্মী সকলক নিয়োগ কৰি চৰকাৰে মাননিৰ ক্ষেত্ৰত কৃপনালি … Read more

× How can I help you?