অন্যান্য - Khabar Brahmaputra https://khabarbrahmaputra.in Latest Indian Breaking News, Hindi News, Indian Updates Fri, 13 Oct 2023 15:23:20 +0000 en-US hourly 1 https://wordpress.org/?v=6.7.2 https://khabarbrahmaputra.in/wp-content/uploads/2021/08/cropped-News-logo-by-A-2023-09-19T151724.714-32x32.png অন্যান্য - Khabar Brahmaputra https://khabarbrahmaputra.in 32 32 বহিৰাজ্যত অসমৰ যুৱক এজনৰ মৃতদেহ উদ্ধাৰ : দুজন সন্ধানহীন https://khabarbrahmaputra.in/archives/14854 https://khabarbrahmaputra.in/archives/14854#respond Fri, 13 Oct 2023 15:23:18 +0000 https://khabarbrahmaputra.in/?p=14854 ডিজিটেল ডেক্স,খবৰ ব্ৰহ্মপুত্ৰ: বৰ্হি ৰাজ্যলৈ কৰ্ম সংস্থাপনৰ বাবে যোৱা ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিমেন চাপৰিৰ এজন যুৱকৰ আজি দিনৰ ১২ বজাত মৃতদেহ বহি:ৰাজ্যত উদ্ধাৰ হোৱা লগতে আন দুজন সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে ১১ অক্টোবৰত ৰেলেৰে ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অধীনস্থ ... Read more

The post বহিৰাজ্যত অসমৰ যুৱক এজনৰ মৃতদেহ উদ্ধাৰ : দুজন সন্ধানহীন first appeared on Khabar Brahmaputra.

]]>

ডিজিটেল ডেক্স,খবৰ ব্ৰহ্মপুত্ৰ:

বৰ্হি ৰাজ্যলৈ কৰ্ম সংস্থাপনৰ বাবে যোৱা ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিমেন চাপৰিৰ এজন যুৱকৰ আজি দিনৰ ১২ বজাত মৃতদেহ বহি:ৰাজ্যত উদ্ধাৰ হোৱা লগতে আন দুজন সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে ১১ অক্টোবৰত ৰেলেৰে ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অধীনস্থ 1 নং চিমেন চাপৰিৰ নিবাসী শম্ভু দাসৰ লগতে কনক গগৈ আৰু মোহন টকবি অন্ধ্ৰপ্ৰদেশলৈ কৰ্ম সংস্থাপনৰ বাবে গৈ আছিল । গৈ থকা অৱস্থাত বহি:ৰাজ্য অন্ধ প্ৰদেশৰ কাকি-নেদা ৰেলৱে ষ্টেচনত শম্ভু দাসৰ মৃত দেহ হঠাৎ আজি দিনৰ ভাগত উদ্ধাৰ হোৱা লগতে তেওঁৰ লগত যোৱা কনক গগৈ আৰু মোহন টকবি বাতৰি লিখা পৰলৈকে সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলবসীক চিন্তাত পেলাইছে । অলপতে বহিৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে যোৱা জিলাখনৰ চিলাপথাৰৰ এজন ব্যক্তি সন্ধানহীন হৈ থকাৰ বাতৰিৰ ঢৌ মাৰ নে যাওতেই পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হোৱাত চিন্তনীয় কাৰণ হৈ পৰিছে । ইপিনে কনক গগৈ আৰু মহন টকবি পৰিয়ালৰ বৰ্গই জানিব দিয়া মতে আজি পুৱা ৮.০০ বজাত যোগাযোগ হৈছিল আৰু তাৰ পিছৰ পৰা কাৰোয়ে যোগাযোগ হোৱা নাই। বৰ্তমান পৰিয়ালবৰ্গই স্থানীয় আৰক্ষীৰ জৰিয়তে যাৱতীয় ব্যৱস্থা কৰিছে যদিও কোনো ফল ধৰা নাই।

The post বহিৰাজ্যত অসমৰ যুৱক এজনৰ মৃতদেহ উদ্ধাৰ : দুজন সন্ধানহীন first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14854/feed 0