আন্তৰ্জাতিক - Khabar Brahmaputra https://khabarbrahmaputra.in Latest Indian Breaking News, Hindi News, Indian Updates Thu, 05 Oct 2023 15:46:48 +0000 en-US hourly 1 https://wordpress.org/?v=6.7.2 https://khabarbrahmaputra.in/wp-content/uploads/2021/08/cropped-News-logo-by-A-2023-09-19T151724.714-32x32.png আন্তৰ্জাতিক - Khabar Brahmaputra https://khabarbrahmaputra.in 32 32 ২০২৩ বৰ্ষৰ সাহিত্যৰ নৱেল বঁটা নৰৱেৰ জন অলাভ ফছেলৈ https://khabarbrahmaputra.in/archives/14798 https://khabarbrahmaputra.in/archives/14798#respond Thu, 05 Oct 2023 15:46:24 +0000 https://khabarbrahmaputra.in/?p=14798 ডিজিটেল ডেক্স , খবৰ ব্ৰহ্মপুত্ৰ: নৰৱেৰ সাহিত্যিক জন অলাভ ফছেলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ৷ ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা নৰৱেৰ লেখক – নাট্যকাৰ জন অলাভ ফছে হৈছে সাহিত্য বিষয়ত নৱেল বটা লাভ কৰা ১১৬ নম্বৰ ব্যক্তি| ১৯০১ চনৰ পৰা ইয়াৰ পূৰ্বে ১১৫ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে| ... Read more

The post ২০২৩ বৰ্ষৰ সাহিত্যৰ নৱেল বঁটা নৰৱেৰ জন অলাভ ফছেলৈ first appeared on Khabar Brahmaputra.

]]>
ডিজিটেল ডেক্স , খবৰ ব্ৰহ্মপুত্ৰ:

নৰৱেৰ সাহিত্যিক জন অলাভ ফছেলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ৷ ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা নৰৱেৰ লেখক – নাট্যকাৰ জন অলাভ ফছে হৈছে সাহিত্য বিষয়ত নৱেল বটা লাভ কৰা ১১৬ নম্বৰ ব্যক্তি| ১৯০১ চনৰ পৰা ইয়াৰ পূৰ্বে ১১৫ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে| ইয়াৰে ভিতৰত মুঠ ১৭ গৰাকী মহিলাই লাভ কৰিছ এই বঁটা| বৰ্তমানলৈকে সাহিত্য বিষয়ত সবাতোকৈ কম বয়সত নৱেল বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে ৰুদয়াৰ্ড কিপলিং আৰু সবাতোকৈ জ্যেষ্ঠ হৈছে দৰিছ লেচিং| ৰুদয়াৰ্ড কিপলিঙে ৪১ বছৰ বয়সত আৰু দৰিছ লেচিঙে ৮৮ বছৰত লাভ কৰিছিল সাহিত্যৰ নৱেল বঁটা|

২০২৩ বৰ্ষৰ সাহিত্যৰ নৱেল বঁটা বিজয়ী নৰৱেৰ জন অলাভ ফছে

The post ২০২৩ বৰ্ষৰ সাহিত্যৰ নৱেল বঁটা নৰৱেৰ জন অলাভ ফছেলৈ first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14798/feed 0