খেল - Khabar Brahmaputra https://khabarbrahmaputra.in Latest Indian Breaking News, Hindi News, Indian Updates Mon, 20 Nov 2023 06:41:30 +0000 en-US hourly 1 https://wordpress.org/?v=6.7.2 https://khabarbrahmaputra.in/wp-content/uploads/2021/08/cropped-News-logo-by-A-2023-09-19T151724.714-32x32.png খেল - Khabar Brahmaputra https://khabarbrahmaputra.in 32 32 ধেমাজিত উত্তৰ-পূৱ মণ্ডলৰ মুকলি প্রাইজমাণি বেডমিন্টন প্রতিযোগিতা https://khabarbrahmaputra.in/archives/14888 https://khabarbrahmaputra.in/archives/14888#respond Mon, 20 Nov 2023 06:41:12 +0000 https://khabarbrahmaputra.in/?p=14888 ধেমাজি বালিকা মহাবিদ্যালয় বেডমিন্টন একাডেমীৰ উদ্যোগত চতুর্থ সংখ্যক উত্তৰ-পূৱ মণ্ডলৰ মুকলি প্রাইজমাণি বেডমিন্টন প্রতিযোগিতাখনি অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত ধেমাজি বালিকা মহাবিদ্যালয় ইণ্ড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । মুঠ ৯ টা শাখাত অনুষ্ঠিত কৰিবলগীয়া প্রতিযোগিতাখনি ২০ ডিচেম্বৰত পুৱা ৮.৩০ বজাৰ পৰা ৯ আৰু ১১ বছৰ অনুৰ্দ্ধৰ (ল’ৰা-ছোৱালী উভয়) খেলসমূহ অনুষ্ঠিত হ’ব ৷ ... Read more

The post ধেমাজিত উত্তৰ-পূৱ মণ্ডলৰ মুকলি প্রাইজমাণি বেডমিন্টন প্রতিযোগিতা first appeared on Khabar Brahmaputra.

]]>

ধেমাজি বালিকা মহাবিদ্যালয় বেডমিন্টন একাডেমীৰ উদ্যোগত চতুর্থ সংখ্যক উত্তৰ-পূৱ মণ্ডলৰ মুকলি প্রাইজমাণি বেডমিন্টন প্রতিযোগিতাখনি অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত ধেমাজি বালিকা মহাবিদ্যালয় ইণ্ড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । মুঠ ৯ টা শাখাত অনুষ্ঠিত কৰিবলগীয়া প্রতিযোগিতাখনি ২০ ডিচেম্বৰত পুৱা ৮.৩০ বজাৰ পৰা ৯ আৰু ১১ বছৰ অনুৰ্দ্ধৰ (ল’ৰা-ছোৱালী উভয়) খেলসমূহ অনুষ্ঠিত হ’ব ৷ ২১ ডিচেম্বৰত পুৱা ১১ বজাৰ পৰা ১৩ আৰু ১৫ বছৰ অনুৰ্দ্ধৰ খেলসমূহ অনুষ্ঠিত হ’ব। মেনচ্ অপেন (যুটীয়া) খেলসমূহ ২২ ডিচেম্বৰত বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব। প্রথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী প্রতিযোগী সকলক নগদ ধন, ট্রফী আৰু মানপত্ৰৰে পুৰস্কৃত কৰিব ৷ উত্তৰ-পূৱ মণ্ডলৰ মুকলি প্রাইজমাণি বেডমিন্টন প্রতিযোগিতাখনিৰ পঞ্জীয়নৰ অন্তিম তাৰিখ ১৬ ডিচেম্বৰ। সবিশেষ জানিবলৈ ফোন নম্বৰত 8375913059 আৰু 9365208547 খেলুৱৈ সকলে যোগাযোগ কৰিব ৷

The post ধেমাজিত উত্তৰ-পূৱ মণ্ডলৰ মুকলি প্রাইজমাণি বেডমিন্টন প্রতিযোগিতা first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14888/feed 0
চীনত শিৱসাগৰৰ বৰ্ণিল আকাশ চাংমাইৰ স্বৰ্ণপদক https://khabarbrahmaputra.in/archives/14879 https://khabarbrahmaputra.in/archives/14879#respond Wed, 25 Oct 2023 04:31:04 +0000 https://khabarbrahmaputra.in/?p=14879 ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ: শিৱসাগৰৰ বৰ্ণিল আকাশ চাংমাইৰ বৃহৎ সফলতা।চীন দেশত অনুষ্ঠিত হোৱা বেডমিণ্টন এচিয়াৰ ১৫ বছৰ আৰু ১৭ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ১৫ বছৰ আনুৰ্ধ শাখাত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হ’য়। ১৭ অক্টোবৰৰ পৰা চীনৰ চাংডুত অনুষ্ঠিত বেডমিণ্টন এচিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্ণিলে এই বিৰাট সফলতা লাভ কৰে।চূড়ান্ত খেলত বৰ্ণিতে চীনৰ ... Read more

The post চীনত শিৱসাগৰৰ বৰ্ণিল আকাশ চাংমাইৰ স্বৰ্ণপদক first appeared on Khabar Brahmaputra.

]]>
ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ:

শিৱসাগৰৰ বৰ্ণিল আকাশ চাংমাইৰ বৃহৎ সফলতা।
চীন দেশত অনুষ্ঠিত হোৱা বেডমিণ্টন এচিয়াৰ ১৫ বছৰ আৰু ১৭ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ১৫ বছৰ আনুৰ্ধ শাখাত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হ’য়।

১৭ অক্টোবৰৰ পৰা চীনৰ চাংডুত অনুষ্ঠিত বেডমিণ্টন এচিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্ণিলে এই বিৰাট সফলতা লাভ কৰে।চূড়ান্ত খেলত বৰ্ণিতে চীনৰ ফেন হং ঝোৱানক ২১-১৯ আৰু ২১-১৩ পোনপটীয়া গেমত পৰাজিত কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে শিৱসাগৰৰ সংস্কৃতি বেডমিণ্টন একাডেমীত প্ৰশিক্ষক কবিৰ বৰাৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰা বৰ্ণিলে ইতিমধ্যে বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰি থৈছে।শিৱসাগৰ নগৰৰ কৃষ্ণ নগৰৰ নিৱাসী ভূপেন চাংমাই আৰু জ্যোতি ফুকনৰ সন্তান বৰ্ণিলৰ এই সফলতাত শিৱসাগৰ আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে।

Click the youtube link to watch

The post চীনত শিৱসাগৰৰ বৰ্ণিল আকাশ চাংমাইৰ স্বৰ্ণপদক first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14879/feed 0
এছিয়ান গেমছত জেভলিন থ্ৰ’ত নীৰজৰ সোণ, কিশোৰ জেনাইৰ ৰূপ আৰু মহিলা বক্সিংত ৰূপৰ পদক অসম কণ্যা ল’ভলিনা বৰগোহাঁইৰ https://khabarbrahmaputra.in/archives/14789 https://khabarbrahmaputra.in/archives/14789#respond Wed, 04 Oct 2023 16:04:45 +0000 https://khabarbrahmaputra.in/?p=14789 জেভলিন থ্ৰ’ত দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ জয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে নীৰজ চোপ্ৰাই ৷ ৮৮.৮৮ মিটাৰ জেভলিন নিক্ষেপ কৰি এছিয়ান গেমছত স্বৰ্ণ জয় নীৰজৰ ৷ ইপিনে ৮৭.৫৪ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰি ভাৰতৰ কিশোৰ জেনাই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ভাৰতৰ গৌৰৱ অসমৰ জীয়ৰী ল’ভলিনা বৰগোহাঁইয়ে এছিয়ান গেমছৰ ৭৫ কেজি মহিলা বক্সিং ফাইনেলত ৰূপৰ ... Read more

The post এছিয়ান গেমছত জেভলিন থ্ৰ’ত নীৰজৰ সোণ, কিশোৰ জেনাইৰ ৰূপ আৰু মহিলা বক্সিংত ৰূপৰ পদক অসম কণ্যা ল’ভলিনা বৰগোহাঁইৰ first appeared on Khabar Brahmaputra.

]]>

জেভলিন থ্ৰ’ত দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ জয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে নীৰজ চোপ্ৰাই ৷ ৮৮.৮৮ মিটাৰ জেভলিন নিক্ষেপ কৰি এছিয়ান গেমছত স্বৰ্ণ জয় নীৰজৰ ৷

ইপিনে ৮৭.৫৪ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰি ভাৰতৰ কিশোৰ জেনাই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ভাৰতৰ গৌৰৱ অসমৰ জীয়ৰী ল’ভলিনা বৰগোহাঁইয়ে এছিয়ান গেমছৰ ৭৫ কেজি মহিলা বক্সিং ফাইনেলত ৰূপৰ পদক দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ এছিয়ান গেমছত ভাৰতে বৰ্তমানলৈকে ৮১ টা মেডেল লাভ কৰিছে ৷ ইয়াৰ ভিতৰত সোণ ১৮ টা , ৩১ টা ৰূপ আৰু ৩২ টা ব্ৰঞ্জৰ পদক ৷

The post এছিয়ান গেমছত জেভলিন থ্ৰ’ত নীৰজৰ সোণ, কিশোৰ জেনাইৰ ৰূপ আৰু মহিলা বক্সিংত ৰূপৰ পদক অসম কণ্যা ল’ভলিনা বৰগোহাঁইৰ first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14789/feed 0
জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ধেমাজিত হাফ মাৰাথান:৬০০ ৰো অধিক প্ৰতিযোগী https://khabarbrahmaputra.in/archives/14739 https://khabarbrahmaputra.in/archives/14739#respond Sat, 30 Sep 2023 01:12:11 +0000 https://khabarbrahmaputra.in/?p=14739 ১৯৮৯ চনত ১ অক্টোৱৰত প্ৰতিষ্ঠা লাভ কৰা ধেমাজি জিলাখনে অহা ২০২৩ চনৰ ১ অক্টোৱৰত ৩৫ টা বছৰ অতিক্ৰম কৰিব ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনে সপ্তাহযোৰা কাৰ্য্যসুচী আয়োজন কৰিছে ৷ ইয়াৰ অন্যতম হিচাপে আজি পুৱা ধেমাজি গপাক তিনিআলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ এক হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ জিলাখনৰ পৰা ৬০০ ... Read more

The post জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ধেমাজিত হাফ মাৰাথান:৬০০ ৰো অধিক প্ৰতিযোগী first appeared on Khabar Brahmaputra.

]]>

১৯৮৯ চনত ১ অক্টোৱৰত প্ৰতিষ্ঠা লাভ কৰা ধেমাজি জিলাখনে অহা ২০২৩ চনৰ ১ অক্টোৱৰত ৩৫ টা বছৰ অতিক্ৰম কৰিব ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনে সপ্তাহযোৰা কাৰ্য্যসুচী আয়োজন কৰিছে ৷ ইয়াৰ অন্যতম হিচাপে আজি পুৱা ধেমাজি গপাক তিনিআলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ এক হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ জিলাখনৰ পৰা ৬০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাত| পূৱা ৫ বজাত অনুষ্ঠিত এই হাফ মাৰাথানত ফ্লেগ অফ কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই| উপস্থিত থাকে জিলা উপায়ুক্ত অংকুৰ ভৰালীও|

The post জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ধেমাজিত হাফ মাৰাথান:৬০০ ৰো অধিক প্ৰতিযোগী first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14739/feed 0
৩ জানুৱাৰীত ধেমাজিত মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণি ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতা https://khabarbrahmaputra.in/archives/14705 https://khabarbrahmaputra.in/archives/14705#respond Fri, 29 Sep 2023 21:29:53 +0000 https://khabarbrahmaputra.in/?p=14705 ধেমাজিত অহা ৩ জানুৱাৰীত প্ৰথম বাৰ্ষিক মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁইৰ সোঁৱৰণিত ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব ৷ ইণ্ডিয়ান এমেচাৰ বডি বল্ডিং ফেডাৰেচনৰ ( WABBA) উদ্যোগ অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাখনিৰ উপলক্ষে আজি ধেমাজি নগৰত বেনাৰ শুভ উদ্বোধন কৰা হয় ৷ বেনাৰ উদ্বোধন কৰে WABBA ৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰে ৷ বন্তি প্ৰজ্বলন কৰে ... Read more

The post ৩ জানুৱাৰীত ধেমাজিত মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণি ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতা first appeared on Khabar Brahmaputra.

]]>
ধেমাজিত অহা ৩ জানুৱাৰীত প্ৰথম বাৰ্ষিক মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁইৰ সোঁৱৰণিত ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব ৷ ইণ্ডিয়ান এমেচাৰ বডি বল্ডিং ফেডাৰেচনৰ ( WABBA) উদ্যোগ অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতাখনিৰ উপলক্ষে আজি ধেমাজি নগৰত বেনাৰ শুভ উদ্বোধন কৰা হয় ৷ বেনাৰ উদ্বোধন কৰে WABBA ৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰে ৷ বন্তি প্ৰজ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁইয়ে ৷ WABBA অসমৰ কাৰিকৰী সঞ্চালক ঘনকৃঞ্চ বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত জিলাখনৰ ভালেসংখ্যক লোক উপস্থিত থাকে ৷ উল্লেখ্য যে – ২০২৩ চনৰ ৩ জানুৱাৰীত এক মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ধেমাজিৰ লৌহক্রীড়াবিদ সিদ্ধাৰ্থ বৰগোহাঁই ৷ লৌহক্রীড়াবিদ জনৰ স্মৃতি জীয়াই ৰখাৰ লগতে নৱ প্ৰজন্মক উৎসাহিত জনোৱাৰ মানসেৰে তেখেতৰ পৰিয়ালবৰ্গই ৰাষ্ট্ৰীয় পৰ্যায়ত মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই ক্লাছিক নামেৰে এখনি দেহশ্রী প্রতিযোগিতা WABBA, অসমৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে তেওঁৰ মৃত্যু তিথি ৩ জানুৱাৰীত ধেমাজিত আয়োজন কৰিছে। মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই দেহশ্রী প্রতিযোগিতাখনি সাফল্য মণ্ডিত কৰি তুলিবলৈ সকলো ক্রীড়া প্রেমী ৰাইজক অনুৰুধ জনাইছে পৰিয়ালবৰ্গই ৷

The post ৩ জানুৱাৰীত ধেমাজিত মিষ্টাৰ সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণি ৰাষ্ট্ৰীয় মুকলি প্ৰাইজমাণি দেহশ্ৰী প্ৰতিযোগিতা first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14705/feed 0