অপৰাধ - Khabar Brahmaputra https://khabarbrahmaputra.in Latest Indian Breaking News, Hindi News, Indian Updates Sun, 01 Sep 2024 14:13:09 +0000 en-US hourly 1 https://wordpress.org/?v=6.7.2 https://khabarbrahmaputra.in/wp-content/uploads/2021/08/cropped-News-logo-by-A-2023-09-19T151724.714-32x32.png অপৰাধ - Khabar Brahmaputra https://khabarbrahmaputra.in 32 32 নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মিছন ফেইল:মুক্তাৱ আলি আৰু মুবাৰক আলিক গ্ৰেপ্তাৰ:২ যুৱতী উদ্ধাৰ https://khabarbrahmaputra.in/archives/14920 https://khabarbrahmaputra.in/archives/14920#respond Sun, 01 Sep 2024 14:10:34 +0000 https://khabarbrahmaputra.in/?p=14920 নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মিছন ফেইল:মুক্তাৱ আলি আৰু মুবাৰক আলিক গ্ৰেপ্তাৰ:২ যুৱতী উদ্ধাৰ   চুবুৰীয়া ৰাজ্য অৰুনাচলৰ ৰাজধানী ইটানগৰ হৈ পৰিছে নাৰী সৰবৰাহকাৰী ৰম্যভূমি ৷ ধেমাজিৰ একাংশ যুৱতীক স্হানীয় এজেন্টৰ জৰিয়তে প্ৰলোভিত কৰি ইটানগৰলৈ নি এই চক্ৰটোৱে লিপ্ত কৰায় দেহ ব্যৱসায়ত ৷ তিনিদিন পূৰ্বে ধেমাজিৰ হাউলী গাওঁ আৰু বালিজান গাওঁৰ দুগৰাকী যুৱতী কাহিলি পুৱাই শোৱাপাটিৰ ... Read more

The post নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মিছন ফেইল:মুক্তাৱ আলি আৰু মুবাৰক আলিক গ্ৰেপ্তাৰ:২ যুৱতী উদ্ধাৰ first appeared on Khabar Brahmaputra.

]]>
নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মিছন ফেইল:মুক্তাৱ আলি আৰু মুবাৰক আলিক গ্ৰেপ্তাৰ:২ যুৱতী উদ্ধাৰ

 

চুবুৰীয়া ৰাজ্য অৰুনাচলৰ ৰাজধানী ইটানগৰ হৈ পৰিছে নাৰী সৰবৰাহকাৰী ৰম্যভূমি ৷ ধেমাজিৰ একাংশ যুৱতীক স্হানীয় এজেন্টৰ জৰিয়তে প্ৰলোভিত কৰি ইটানগৰলৈ নি এই চক্ৰটোৱে লিপ্ত কৰায় দেহ ব্যৱসায়ত ৷ তিনিদিন পূৰ্বে ধেমাজিৰ হাউলী গাওঁ আৰু বালিজান গাওঁৰ দুগৰাকী যুৱতী কাহিলি পুৱাই শোৱাপাটিৰ পৰা নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে খবৰ দিয়ে আৰক্ষীক ৷ ধেমাজি আৰক্ষীয়ে যুৱতী কেইগৰাকীৰ ম’বাইল ফোনৰ লোকেশ্যন ট্ৰেক কৰি ইটানগৰলৈ নি থকা বুলি গম পাই অৰুনাছল আৰক্ষীৰ সহায় বিচাৰে ৷ কিন্তু চতুৰ নাৰীদেহ সৰবৰাহকাৰী চক্ৰটোৱে আৰক্ষীৰ অভিযানৰ খবৰ পাই ইটানগৰৰ পৰা তেজপুৰ হৈ গুৱাহাটীলৈ পলায়ন কৰা অৱস্হাত কলীয়াভোমোৰা দলংৰ সমীপত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ AS01FO 2556 নম্বৰৰ এখন আৰ্টিগা গাড়ীত যুৱতী দুগৰাকীৰ লগতে বাক্সাৰ মুক্তাৱ আলি আৰু বঙাইগাওঁৰ মুবাৰক আলি নামৰ দুই নাৰীদেহ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ আনহাতে উদ্ধাৰ হোৱা দুই যুৱতীৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰশ্মি ডেকাবৰুৱা নামৰ ধেমাজিৰ আন এগৰাকী যুৱতীকো আটক কৰে ধেমাজি আৰক্ষীয়ে ৷ উদ্ধাৰ হোৱা দুই যুৱতীয়ে ইটানগৰত অসমৰ আন বহু কেইগৰাকী যুৱতী এনেদৰে নাৰীদেহ চক্ৰৰ কৱলত বন্দী হৈ থকাৰ বিষ্ফোৰক তথ্য সদৰী কৰিছে ৷

The post নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মিছন ফেইল:মুক্তাৱ আলি আৰু মুবাৰক আলিক গ্ৰেপ্তাৰ:২ যুৱতী উদ্ধাৰ first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14920/feed 0
Breaking: ঘোচ লৈ এইবাৰ গ্ৰেপ্তাৰ কোন? https://khabarbrahmaputra.in/archives/14806 https://khabarbrahmaputra.in/archives/14806#respond Fri, 06 Oct 2023 10:59:27 +0000 https://khabarbrahmaputra.in/?p=14806 Breaking: পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ এজন| ছেবাৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতাক হাতে-লোটে গ্ৰেপ্তাৰ। সহায়ক চৈয়দ আৰিছুদ্দিন আহমেদৰ সহযোগত ঘোচ লৈছিল কলিতাই।

The post Breaking: ঘোচ লৈ এইবাৰ গ্ৰেপ্তাৰ কোন? first appeared on Khabar Brahmaputra.

]]>
Breaking: পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ এজন| ছেবাৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতাক হাতে-লোটে গ্ৰেপ্তাৰ। সহায়ক চৈয়দ আৰিছুদ্দিন আহমেদৰ সহযোগত ঘোচ লৈছিল কলিতাই।

The post Breaking: ঘোচ লৈ এইবাৰ গ্ৰেপ্তাৰ কোন? first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14806/feed 0
Breaking: উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মেৰাফৎ আলী| https://khabarbrahmaputra.in/archives/14784 https://khabarbrahmaputra.in/archives/14784#respond Wed, 04 Oct 2023 10:51:59 +0000 https://khabarbrahmaputra.in/?p=14784 এটা দিনতে উৎকোচ লৈ দুৰ্ণীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ দুজন চৰকাৰী কৰ্মচাৰী | নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী জুনু কলিতাৰ পিছত এইবাৰ দ্বিতীয়টো অভিযানত উৎকোচ লৈ হাত দাঙিলে এগৰাকী আৰক্ষী বিষয়াই। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মেৰাফৎ আলী।

The post Breaking: উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মেৰাফৎ আলী| first appeared on Khabar Brahmaputra.

]]>

এটা দিনতে উৎকোচ লৈ দুৰ্ণীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ দুজন চৰকাৰী কৰ্মচাৰী | নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী জুনু কলিতাৰ পিছত এইবাৰ দ্বিতীয়টো অভিযানত উৎকোচ লৈ হাত দাঙিলে এগৰাকী আৰক্ষী বিষয়াই। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মেৰাফৎ আলী।

The post Breaking: উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মেৰাফৎ আলী| first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14784/feed 0
কোনে ক’ত গ্ৰেপ্তাৰ কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ সহায়ক জুনু কলিতাক? https://khabarbrahmaputra.in/archives/14778 https://khabarbrahmaputra.in/archives/14778#respond Wed, 04 Oct 2023 08:52:52 +0000 https://khabarbrahmaputra.in/?p=14778 নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক জুনু কলিতা। গ্ৰেপ্তাৰ হোৱা জুনু কলিতা নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক । তিনি হেজাৰ টকা উৎকোচ লওঁতে হাতে লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই|

The post কোনে ক’ত গ্ৰেপ্তাৰ কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ সহায়ক জুনু কলিতাক? first appeared on Khabar Brahmaputra.

]]>

নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক জুনু কলিতা।

গ্ৰেপ্তাৰ হোৱা জুনু কলিতা নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক ।

তিনি হেজাৰ টকা উৎকোচ লওঁতে হাতে লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই|

The post কোনে ক’ত গ্ৰেপ্তাৰ কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ সহায়ক জুনু কলিতাক? first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14778/feed 0
ধেমাজি আৰক্ষীয়ে উদালগুৰি দলগাৱঁৰ পৰা ধৰিলে ২ দাগী চোৰক-জব্দ বহু আ-অলংকাৰ,দেশী-বিদেশী টকা:ৰূপৰ মুদ্ৰা:৯টাকৈ মোবাইল উদ্ধাৰ https://khabarbrahmaputra.in/archives/14709 https://khabarbrahmaputra.in/archives/14709#respond Fri, 29 Sep 2023 21:44:48 +0000 https://khabarbrahmaputra.in/?p=14709 ধেমাজিত একাদিক্ৰমে হৈ থকা চুৰি কাৰ্যৰ ঘটনাৱলীৰ মাজতে ধেমাজি আৰক্ষীয়ে দলগাৱঁৰ পৰা গ্ৰেপ্তাৰ কৰিছে ২ জন দুধৰ্ষ চোৰক| এক বিশেষ সুত্ৰৰ পম খেদি ধেমাজি আৰক্ষী অধীক্ষকৰ তত্বাবধানত ধেমাজি সদৰ আৰক্ষীয়ে সদৰ থানাৰ Case No.128/23 ৰ ভিত্তিত অভিযান চলাই দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰৰ পৰা ধেমাজিলৈ লৈ গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হোৱা চোৰ ... Read more

The post ধেমাজি আৰক্ষীয়ে উদালগুৰি দলগাৱঁৰ পৰা ধৰিলে ২ দাগী চোৰক-জব্দ বহু আ-অলংকাৰ,দেশী-বিদেশী টকা:ৰূপৰ মুদ্ৰা:৯টাকৈ মোবাইল উদ্ধাৰ first appeared on Khabar Brahmaputra.

]]>
ধেমাজিত একাদিক্ৰমে হৈ থকা চুৰি কাৰ্যৰ ঘটনাৱলীৰ মাজতে ধেমাজি আৰক্ষীয়ে দলগাৱঁৰ পৰা গ্ৰেপ্তাৰ কৰিছে ২ জন দুধৰ্ষ চোৰক|
এক বিশেষ সুত্ৰৰ পম খেদি ধেমাজি আৰক্ষী অধীক্ষকৰ তত্বাবধানত ধেমাজি সদৰ আৰক্ষীয়ে সদৰ থানাৰ Case No.128/23 ৰ ভিত্তিত অভিযান চলাই দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰৰ পৰা ধেমাজিলৈ লৈ গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হোৱা চোৰ দুটা হৈছে জাহাৰুল ইছলাম আৰু মহিবুল ইছলাম|চোৰ দুটাৰ পৰা উদ্ধাৰ বহু চুৰি কৰি অনা বহু আ-অলংকাৰ, বিদেশী টকা, ২১ হাজাৰ নগদ ভাৰতীয় টকা, এটা বাইন’কুলাৰ, ৯ টাকৈ মোবাইল ফোন, ১৭০ টা ৰূপৰ মুদ্ৰা|ধেমাজিৰ বহুকেইটা চুৰি কাণ্ডৰ লগত এই দুটা চোৰ জড়িত থকাৰ সন্দেহ|

The post ধেমাজি আৰক্ষীয়ে উদালগুৰি দলগাৱঁৰ পৰা ধৰিলে ২ দাগী চোৰক-জব্দ বহু আ-অলংকাৰ,দেশী-বিদেশী টকা:ৰূপৰ মুদ্ৰা:৯টাকৈ মোবাইল উদ্ধাৰ first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14709/feed 0